zoom v.t.
/ zo͞om /
জুম
/ jum /
Meanings
1
(especially of a car or aircraft) move or travel very quickly
ভোঁ-ভোঁৱাই যা, ভোঁ ভোঁ শব্দ কৰ্
"Cars zooming by on the freeway."
"খালী পথত গাড়ীবোৰ ভোঁ-ভোঁৱাই যায় ।"
2
(of a camera) change smoothly from a long shot to a close-up or vice versa
কেমেৰাৰ লেন্স বা কাঁচৰ কেন্দ্ৰবিন্দুৰ পৰিৱৰ্তন কৰ্
"The camera zoomed in for a close-up of his face."
"তেওঁৰ মুখৰ নিকট ছবিৰ বাবে কেমেৰাটোৰ লেন্সৰ কেন্দ্ৰবিন্দুৰ পৰিৱৰ্তন কৰা হৈছিল ।"