zest n.

/ zest /
Meanings
1
keen relish, hearty enjoyment, gusto
জুতি
2
piquancy, interest, charm
ৰুচি, ৰাপ
3
great enthusiasm and energy
অসীম শক্তি আৰু স্পৃহা
"They campaigned with zest and intelligence."
"তেওঁলোকে অসীম শক্তি, স্পৃহা আৰু বুদ্ধমত্তাৰে প্ৰচাৰ অভিযান চলাইছিল ।"
4
the peel, especially the thin outer peel, of a citrus fruit used for flavoring
আহাৰৰ সোৱাদ আনিবলৈ ব্যৱহৃত মিহিকৈ কুটা টেঙা ফলৰ বাকলি বা ছাল
"Lemon zest."
"নেমুটেঙাৰ বাকলি ।"