zeal n.

/ zēl /
উদ্যম
/ udyóm /
Meanings
1
great energy or enthusiasm in pursuit of a cause or an objective
উদ্যম, আগ্ৰহ, স্পৃহা
"His zeal for privatization was noteworthy."
"ব্যক্তিগতকৰণৰ বাবে তেওঁৰ উদ্যম আৰু আগ্ৰহ লেখত ল’বলগীয়া আছিল ।"