woman n.

/ ˈwo͝omən /
মহিলা
/ móhilaa /
Meanings
1
an adult human female
মহিলা, নাৰী, তিৰোতা, তিৰি, অবলা
"She is a good woman."
"তেওঁ এগৰাকী ভাল মহিলা ।"
2
a wife, girlfriend, or lover
স্ত্ৰী, পত্নী, প্ৰেয়সী
"She is my woman."
"তেওঁ মোৰ পত্নী ।"
3
a female worker or employee
সেৱিকা, পৰিচাৰিকা
"I did not see any woman in the kitchen."
"মই ৰান্ধনিশালত কোনো পৰিচাৰিকাক দেখা নাছিলোঁ ।"