weekend n.
/ ˈwēkˌend /
সপ্তাহান্ত
/ sóptaahaantó /
Meanings
1
the period from Friday evening through Sunday evening, especially regarded as a time for leisure
সপ্তাহৰ অন্ত, সপ্তাহৰ শেষত পোৱা ছুটী
"She spent the weekend camping."
"তাই সপ্তাহৰ শেষত পোৱা ছুটীটো কেম্পিঙ কৰি কটাইছিল ।"