weakness n.
/ ˈwēknəs /
দুৰ্বলতা
/ durbólótaa /
Meanings
1
the state or condition of lacking strength
দুৰ্বলতা
"He has weakness to reading."
"তেওঁৰ পঢ়াৰ প্ৰতি দুৰ্বলতা আছে ।"
2
a self-indulgent liking for
আসক্তি
"He had a great weakness for Scotch whisky."
"স্কট্ছ হুইস্কিৰ প্ৰতি তেওঁৰ এটা ডাঙৰ আসক্তি আছিল ।"