wayworn adj.
/ ˈwāwôrn /
Meanings
1
weary with traveling
পথশ্ৰান্ত, ভাগৰুৱা, ক্লান্ত
"She was wayworn after the long trip."
"দীঘলীয়া যাত্ৰাটোৰ পাছত তাই ক্লান্ত হৈছিল ।"