wayfarer n.
/ ˈwāˌferər /
ৱেফেয়াৰ
/ wepheyaar /
Meanings
1
a person who travels on foot
পথিক, পদব্ৰজে ঘূৰি ফুৰা লোক, ভ্ৰমণকাৰী
"Ask the wayfarer."
"পথিকজনক সোধা ।"