waterlog v.t.

/ ˈwôdərˌlôɡ,ˈwädərˌläɡ /
Meanings
1
saturate with water; make (something) waterlogged
জলমগ্ন কৰ্, প্লাৱিত কৰ্
"The open roof allowed rain to waterlog the field."
"পথাৰখন জলমগ্ন কৰিবলৈ বৰষুণক খোলা চালখনে সুযোগ দিছিল ।"