wade v.i.
/ wād /
Meanings
1
walk through water or another liquid or soft substance
পানী আদিৰ মাজেদি কষ্টৰে খোজ কাঢ়্
"He wasn't swimming, he was wading."
"তেওঁ সাঁতোৰা নাছিল, তেওঁ পানীৰে খোজ কাঢ়িছিল ।"
2
to play in water
নাদোৰ্, সাঁতুৰি-নাদুৰি থাক্
"The children were wading in the pool most of the afternoon."
"সৰু ল’ৰা-ছোৱালীবোৰে গোটেই আবেলিটো পানী সাঁতুৰি-নাদুৰি আছিল ।"