waddle v.i.

/ ˈwädl /
Meanings
1
walk with short steps and a clumsy swaying motion
হাঁহৰ দৰে খোজ কাঢ়ি যা, ঢলং-পলং কৈ খোজ কাঢ়্
"Three geese waddled across the road."
"ৰাজহাঁহবোৰে ঢলং-পলং কৈ পথটো পাৰ হৈছিল ।"