volume n.
/ ˈvälyəm,ˈvälˌyo͞om /
পৰিমাণ
/ pórimaan /
Meanings
1
the amount of space that a substance or object occupies, or that is enclosed within a container, especially when great
আয়তন, পৰিমাণ, বিস্তাৰ
"Volume of rainwater."
"বৰষুণৰ পানীৰ আয়তন ।"
2
a book forming part of a work or series
খণ্ড
"11th volume of the book."
"গ্ৰন্থখনৰ ১১তম খণ্ডটি ।"
3
a single book or a bound collection of printed sheets
নুৰিওৱা পুথি, কিতাপ, গ্ৰন্থ
"His latest volume has been published."
"তেওঁৰ শেহতীয়া গ্ৰন্থখন প্ৰকাশ কৰা হ’ল ।"
4
quantity or power of sound; degree of loudness
শব্দৰ তীব্ৰতা, শব্দৰ মাত্ৰা
"Please lower the volume of the song."
"অনুগ্ৰহ কৰি গীতটোৰ শব্দৰ মাত্ৰা কমোৱা ।"