vivacity n.

/ viˈvasədē /
সজীৱতা
/ sójeewótaa /
Meanings
1
(especially in a woman) the quality of being attractively lively and animated
তজবজীয়া গুণ, উৎফুল্লতা, চঞ্চলতা
"He was struck by her vivacity and charm."
"তাইৰ উৎফুল্লতা আৰু উজ্জলতাৰ দ্বাৰা তেওঁ অভিভূত হৈছিল ।"