villager n.
/ ˈviləjər /
গাঁৱৰ মানুহ
/ gaañwór maanuh /
Meanings
1
a person who lives in a village
গাঁৱত বাস কৰা লোক, গাঁৱলীয়া
"Villagers have been forced to leave flooded areas."
"বানপানীৰ অঞ্চলবোৰ এৰিবলৈ গাঁৱলীয়াবোৰক জোৰ কৰা হৈছিল ।"