vehicle n.
/ ˈvēək(ə)l,ˈvēˌhik(ə)l /
বাহন
/ baahón /
Meanings
1
a thing used for transporting people or goods, especially on land, such as a car, truck, or cart
বাহন, গাড়ী
"That is a big vehicle."
"সেইখন এখন ডাঙৰ গাড়ী হয় ।"
2
a thing used to express, embody, or fulfill something
মাধ্যম, সাধন
"I use paint as a vehicle for my ideas."
"মোৰ পৰিকল্পনাবোৰৰ কাৰণে মই ৰঙক মাধ্যম হিচাপে ব্যৱহাৰ কৰোঁ ।"