user n.

/ ˈyo͞ozər /
ব্যৱহাৰকাৰী
/ byówóhaarókaaree /
Meanings
1
a person who uses or operates something, especially a computer or other machine
ব্যৱহাৰকাৰী, প্ৰয়োগকৰ্ত্তা, উপভোক্তা
"Two users can use the machine."
"যন্ত্ৰটো দুজন ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰিব পাৰে ।"
2
a person who takes illegal drugs; a drug user
সেৱনকাৰী
"The drug causes long-term brain damage in users."
"মাদক দ্ৰব্যই সেৱনকাৰীৰ দীঘলীয়া মগজৰ ক্ষতিৰ কাৰণ হয় ।"