use v.t.i.
/ use /
ব্যৱহাৰ
/ byówóhaar /
Meanings
1
take, hold, or deploy (something) as a means of accomplishing a purpose or achieving a result; employ
ব্যৱহাৰ কৰ্, প্ৰয়োগ কৰ্, কামত লগা
"Use it."
"এইটো ব্যৱহাৰ কৰা ।"
2
be or become familiar with someone or something through experience
অভ্যস্ত হ্
"She was used to getting what she wanted."
"তাই যি বিচাৰিছিল তাক পোৱাত তাই অভ্যস্ত আছিল ।"