urbanity n.

/ ˌərˈbanədē /
নগৰীয়াতা
/ nógóreeyaataa /
Meanings
1
suavity, courteousness, and refinement of manner
ভদ্ৰতা, নম্ৰতা
"He was the last word in urbanity."
"ভদ্ৰতাত তেওঁ আছিল অন্তিম শব্দ ।"
2
urban life
নগৰীয়া জীৱন, নগৰীয়া শিক্ষা-সংস্কৃতি
"I do not see any sign of urbanity."
"নগৰীয়া জীৱনৰ মই কোনো আভাস দেখা নাই ।"