type n.
/ tīp /
প্ৰকাৰ
/ prókaar /
Meanings
1
a category of people or things having common characteristics
প্ৰকাৰ, শ্ৰেণী, ধৰণ
"He is not of my type."
"তেওঁ মোৰ শ্ৰেণীৰ নহয় ।"
2
printed characters or letters
ছপাশালৰ আখৰ
3
a person, thing, or event considered as a representative of a type
নমুনা, প্ৰতীক
"It's not the type of car I'd want my daughter to drive."
"এইখন গাড়ী মই মোৰ ছোৱালীক চলাবলৈ দিব পৰা নমুনাৰ নহয় ।"