tributary n.
/ ˈtribyəˌterē /
উপনৈ
/ upónoi /
Meanings
1
a river or stream flowing into a larger river or lake
উপনদী
"Tell me about one tributary of river Brahmaputra."
"ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদীৰ বিষয়ে কোৱা ।"
2
a person or state that pays tribute to another state or ruler
কৰদাতা, কৰতলীয়া, কৰতলীয়া ৰাজ্য
"Tributaries of the Roman empire."
"ৰোমান সাম্ৰাজ্যৰ কৰতলীয়া ৰাজ্যসমূহ ।"