tribunal n.
/ trīˈbyo͞onl,trəˈbyo͞onl /
Meanings
1
a court of justice
ন্যায়ালয়, বিচাৰালয়, ন্যায়াধিকৰণ, অধিকৰণ
"An international war crimes tribunal."
"আন্তৰাষ্ট্ৰীয় যুদ্ধকালীন অপৰাধৰ এখন ন্যায়ালয় ।"
2
a seat or bench for a judge or judges
বিচাৰকৰ আসন