triad n.

/ ˈtrīˌad /
Meanings
1
a group or set of three connected people or things
ত্ৰিমূৰ্তি, তিনিটাৰ সমাহাৰ, ত্ৰয়ী
"The triad of medication, diet, and exercise are necessary in diabetes care."
"বহুমূত্ৰ ৰোগৰ নিৰাময়ৰ কাৰণে ঔষধ, সুষম আহাৰ আৰু ব্যায়াম তিনিটাৰ সমাহাৰ দৰকাৰ ।"