then adv.

/ T͟Hen /
তেতিয়া
/ tetiyaa /
Meanings
1
at that time; at the time in question.
তেতিয়া, সেই সময়ত
"I was living in Assam then."
"মই তেতিয়া অসমত বাস কৰিছিলোঁ ।"
2
after that; next; afterward
তাৰ পাছত
"She won the first and then the second game."
"তাই প্ৰথমটো আৰু তাৰ পাছত দ্বিতীয়খন খেল জিকিছিল ।"
3
at such time
এনেতে
"I was about to go then he showed up."
"মই প্ৰায় যাবলৈ ধৰিছিলোঁ এনেতে সি দেখা দিছিল ।"