sun n.

/ sən /
সূৰ্য
/ soory /
Meanings
1
the star around which the earth orbits
সূৰ্য্য, বেলি
"The bright sun in the sky."
"আকাশত উজ্জ্বল বেলিটো ।"
2
the light or warmth received from the earth's sun
বেলিৰ পোহৰ আৰু তাপ
"We sat outside in the sun."
"বাহিৰত আমি বেলিৰ তাপত বহিছিলোঁ ।"