squander v.t.i.

/ ˈskwändər /
অপচয় কৰা
/ ópóchóy kóraa /
Meanings
1
waste (something, especially money or time) in a reckless and foolish manner
জধে-মধে খৰচ কৰ্, অপব্যয় কৰ্
"Entrepreneurs squander their profits on expensive cars."
"ব্যৱসায়ীসকলে তেওঁলোকৰ লাভবোৰ গাড়ী কিনাত অপব্যয় কৰে ।"