specific n.
/ spəˈsifik /
নিৰ্দিষ্ট
/ nirdixtó /
Meanings
1
a precise detail
বিস্তাৰ, যথাযথ বিৱৰণ
"He worked through the specifics of the contract."
"চুক্তি খনৰ পূৰ্ণ বিস্তাৰত সি কাম কৰিছিল ।"