somber adj.

/ ˈsämbər /
~
/ ~ /
Meanings
1
dark or dull in color or tone, gloomy
অন্ধকাৰাচ্ছন্ন, নিৰানন্দময়, বিমৰ্ষ
"The night skies were somber and starless."
"ৰাতিৰ আকাশখন অন্ধকাৰাচ্ছন্ন আৰু তৰাহীন আছিল ।"