signify v.t.i.

/ ˈsiɡnəˌfī /
Meanings
1
be an indication of
দেখুৱা বা বুজা, সূচা
"It signified a fundamental change."
"ই এটা প্ৰাথমিক পৰিৱৰ্তনক বুজাইছিল ।"
2
be a symbol of; have as meaning
অৰ্থ বা তাৎপৰ্য প্ৰকাশ কৰ্
"The egg signifies life."
"কণীটোৱে জীৱনৰ তাৎপৰ্য প্ৰকাশ কৰে ।"
3
be of importance
গুৰুত্বপূৰ্ণ হ্ বা কৰ্
"The locked door doesn't necessarily signify."
"বন্ধ দৰ্জাখন প্ৰয়োজনীয়ৰূপত গুৰুত্বপূৰ্ণ নহয় ।"