serene adj.

/ səˈrēn /
Meanings
1
calm, peaceful, and untroubled, tranquil
নিজম, প্ৰশান্ত, নিৰল
"A serene environment."
"এটা নিৰল পৰিৱেশ ।"
2
clear, fair
নিৰ্মল, চাফ, পৰিষ্কাৰ
"A serene weather."
"এটা নিৰ্মল বতৰ ।"