sell v.t.i.
/ sel /
বিক্ৰী কৰা
/ bikree kóraa /
Meanings
1
give or hand over (something) in exchange for money
বেচ্, বেচা যা, বিক্ৰী হ্ বা কৰ্
"They had sold the car."
"তেওঁলোকে গাড়ীখন বেচি দিছিল ।"