ruddy n.
/ ˈrədē /
ৰঙা
/ róngaa /
Meanings
1
having a reddish color
ৰঙচুৱা, ৰঙা, গোলপীয়া
"The ruddy evening light."
"গধূলিৰ ৰঙচুৱা লাইট ।"
2
(of a person's face) having a healthy red color
উজ্জ্বল বা চিকচিকাই থকা ৰঙা
"A cheerful man of ruddy complexion."
"উজ্জ্বল ৰঙা বৰণৰ এজন ৰঙিয়াল মানুহ ।"