ruck n.
/ rək /
ৰক
/ rók /
Meanings
1
a crease or wrinkle
কোঁচ, ভাঁজ
2
a tightly packed crowd of people; the mass of ordinary people or things
ভিৰ, দ’ম
"He squeezed through the ruck."
"তেওঁ মানুহৰ ভিৰটোৰ মাজেৰে চেপা-চেপিকৈ পাৰ হৈছিল ।"