rough n.
/ rəf /
খহটা
/ khóhótaa /
Meanings
1
a disreputable and violent person
বদনামী আৰু হিংশুক লোক
2
a preliminary sketch for a design
প্ৰাথমিক নক্সা
"I did a rough to work out the scale of the lettering."
"আখৰবোৰৰ জোখ ওলাবলৈ মই এটা প্ৰাথমিক নক্সা বনাইছিলোঁ ।"