rinse v.t.
/ rins /
পখালা
/ pókhaalaa /
Meanings
1
wash (something) with clean water to remove soap, detergent, dirt, or impurities
(পৰিষ্কাৰ) পানীৰে ধো, পখাল্
"Always rinse your hair thoroughly."
"সদায় তোমাৰ চুলিখিনি ভালদৰে পানীৰে ধুবা ।"