resent v.t.

/ rəˈzent /
ক্ষোভিত
/ khyobhit /
Meanings
1
feel bitterness or indignation at (a circumstance, action, or person)
ৰুষ্ট হ্, বিৰক্ত হ্, বিৰক্তি প্ৰকাশ কৰ্, ক্ষোভ কৰ্, ক্ষোভ প্ৰকাশ কৰ্
"She resented the fact that I had children."
"মোৰ ল’ৰা-ছোৱালী থকা জানি ক্ষোভ কৰিছিল ।"
2

"মোৰ ল’ৰা-ছোৱালী থকা সত্যত তাই বিৰক্তি প্ৰকাশ কৰিছিল ।"
3

বিৰক্ত হ্, ৰুষ্ট হ্, ৰাগ বা বিৰক্তি প্ৰকাশ কৰ্

4