redundant adj.

/ rəˈdəndənt /
অপ্ৰয়োজনীয়
/ ópróyojóneey /
Meanings
1
not or no longer needed or useful, superfluous
অনাৱশ্যক, অতিৰিক্ত, অপ্ৰয়োজনীয়
"This redundant building has been converted into a library."
"অতিৰিক্ত ঘৰটো এটা পুথিভঁৰাললৈ ৰূপান্তৰ কৰা হ’ল ।"