redundancy n.

/ rəˈdəndənsē /
অতিৰিক্ততা
/ ótiriktótaa /
Meanings
1
the state of being not or no longer needed or useful
অতিৰিক্ততা, অনাৱশ্যকতা
"The redundancy of 19th-century heavy plant machinery."
"১৯ শতিকাৰ গধুৰ যন্ত্ৰপাতিৰ অনাৱশ্যকতা ।"
2
the inclusion of extra components that are not strictly necessary to functioning, in case of failure in other components
অতিৰিক্ত, অতিৰেক বা অতিশয় যত্ৰাংশ
"A high degree of redundancy is built into the machinery installation."
"যন্ত্ৰটোৰ স্থাপনৰ ভিতৰত উচ্চমানৰ অতিৰিক্ত যত্ৰাংশ নিৰ্মাণ কৰা হৈছিল ।"