recover v.t.i.
/ riˈkəvər /
পুনৰুদ্ধাৰ
/ punóruddhaar /
Meanings
1
return to a normal state of health, mind, or strength
অৰোগ্য লাভ কৰ্, স্বাস্থ্য ঘূৰাই পা
"He is still recovering from illness."
"বেমাৰৰ পৰা তেওঁ এটিয়াও অৰোগ্য লাভ কৰি আছে ।"
2
find or regain possession of (something stolen or lost)
উদ্ধাৰ হ্ বা কৰ্, পুনৰ লাভ কৰ্
"Police recovered a stolen chain."
"চুৰি হোৱা হাৰডাল আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ।"