quicken v.t.i.

/ ˈkwikən /
Meanings
1
make or become faster or quicker
খৰ হ্ বা কৰ্, সোনকাল হ্ বা কৰ্
"She quickened her pace, desperate to escape."
"মুক্ত হ’বলৈ ব্যগ্ৰ হৈ, তাই তাইৰ গতি খৰ কৰিছিল ।"
2
spring to life; become animated
সজীৱ হ্ বা কৰ্, সতেজ হ্ বা কৰ্, জীয়াই তোল্, জীৱন্ত হ্ বা কৰ্
"Her interest quickened."
"তাইৰ ইচ্ছা সজীৱ হৈছিল ।"
3
stimulate
সক্ৰিয় কৰ্
"It quickened his own memories."
"ই তেওঁৰ নিজৰ স্মৃতি সক্ৰিয় কৰিছিল ।"