purely adv.
/ ˈpyo͝orlē /
বিশুদ্ধভাৱে
/ bishuddhóbhaawe /
Meanings
1
in a pure manner
বিশুদ্ধৰূপে, নিৰ্মলৰূপে
"Speak purely."
"বিশুদ্ধৰূপে ক’বা ।"
2
entirely; exclusively
সম্পূৰ্ণৰূপে, পূৰ্ণৰূপে
"The purpose of the meeting was purely to give information."
"মেলখনৰ উদ্দেশ্য আছিল সম্পূৰ্ণৰূপে সম্ভেদ দিবলৈ ।"