prudence n.

/ ˈpro͞odns /
বিচক্ষণতা
/ bichókhyónótaa /
Meanings
1
the quality of being prudent, cautiousness
দূৰদৰ্শীতা, বিচক্ষণতা, সতৰ্কতা
"We need to exercise prudence in such important matters."
"এনে ধৰণৰ দৰকাৰী বিষয়ত আমি সতৰ্কতাৰ অভ্যাস কৰিব লাগে ।"