propose v.t.i.
/ prəˈpōz /
প্ৰস্তাৱ কৰা
/ próstaaw kóraa /
Meanings
1
put forward (an idea or plan) for consideration or discussion by others
প্ৰস্তাৱ কৰ্, নিবেদন কৰ্
"He proposed a new method."
"তেওঁ এটা নতুন পদ্ধতি প্ৰস্তাৱ কৰিছিল ।"
2
make an offer of marriage to someone
বিয়াৰ প্ৰস্তাৱ দে