propeller n.

/ prəˈpelər /
প্ৰপেলাৰ
/ própelaar /
Meanings
1
a mechanical device for propelling a boat or aircraft, consisting of a revolving shaft with two or more broad, angled blades attached to it
নাও, উৰাজাহাজৰ আদি ঠেলিবলৈ ব্যৱহৃত ধাতুৰ পাত আৰু ঘূৰ্ণায়মান শলখাযুক্ত যন্ত্ৰ