pour v.t.i.
/ pôr /
ঢালি দিব
/ dhaali dibó /
Meanings
1
(especially of a liquid) flow rapidly in a steady stream
বাক্, ঢাল্, পৰ্
"Water poured off the roof."
"ঘৰৰ চালৰ পৰা পানী পৰিছিল ।"
2
prepare and serve (a drink)
বাক্
"She poured out a cup of tea."
"তাই একাপ চাহ বাকিছিল ।"
3
(of rain) fall heavily
ধাৰাসাৰে বৰষুণ পৰ্, মূষলধাৰে বৰষুণ পৰ্
"The rain poured down."
"বৰষুণজাক ধাৰাসাৰে পৰিছিল ।"