please v.t.i.

/ plēz /
অনুগ্ৰহ কৰি
/ ónugróh kóri /
Meanings
1
cause to feel happy and satisfied
সন্তুষ্ট হ্ বা কৰ্, সুখী হ্ বা কৰ্, প্ৰসন্ন হ্ বা কৰ্
"He arranged a trip to please his son."
"তেঁৰ পুতেকক সন্তুষ্ট কৰিবলৈ তেওঁ এটা ভ্ৰমণৰ বন্দবস্ত কৰিছিল ।"