pleasantly adv.

/ ˈplezntlē /
সুখদায়কভাৱে
/ sukhódaayókóbhaawe /
Meanings
1
in an enjoyable or agreeable manner
আনন্দৰে, সুখেৰে, সন্তুষ্টিৰে, সন্তোষেৰে
"The summer passed pleasantly."
"গ্ৰীষ্মকালটো আনন্দৰে পাৰ হৈছিল ।"