philosophize v.t.

/ fəˈläsəˌfīz /
দৰ্শন
/ dórshón /
Meanings
1
speculate or theorize about fundamental or serious issues, especially in a tedious or pompous way
দাৰ্শনিকৰ দৰে বিচাৰ বা চিন্তা কৰ্, দাৰ্শনিকৰ দৰে ভাষণ দে
"He paused for a while to philosophize on racial equality."
"জাতীয় সমতাৰ ওপৰত দাৰ্শনিকৰ দৰে ভাষণ দিবলৈ তেওঁ অলপ সময়ৰ বাবে ৰৈছিল ।"