personify v.t.
/ pərˈsänəˌfī /
Meanings
1
represent (a quality or concept) by a figure in human form
মূৰ্ত হ্, ব্যক্তিৰূপ দে, ব্যক্তিত্ব আৰোপ কৰ্, আদৰ্শৰূপ গ্ৰহণ কৰ্, দৃষ্টান্তস্বৰূপ হ্
"In the poem, the oak trees are personified."
"কবিতাটোত ওক গছবোৰক ব্যক্তিৰূপ দিয়া হৈছিল ।"