personality n.
/ ˌpərsəˈnalədē /
ব্যক্তিত্ব
/ byóktitbó /
Meanings
1
the combination of characteristics or qualities that form an individual's distinctive character
ব্যক্তিত্ব, বৈশিষ্ট্য, বিশেষ চৰিত্ৰ
"He has a pleasing personality."
"তেওঁৰ এটা সন্তোষজনক ব্যক্তিত্ব আছে ।"
2
a famous person, especially in entertainment or sports
প্ৰসিদ্ধ কলাকাৰ, প্ৰসিদ্ধ শিল্পী, প্ৰসিদ্ধ অভিনেতা, প্ৰসিদ্ধ খেলুৱৈ
"It was an grand opening by a famous personality."
"এজন প্ৰসিদ্ধ শিল্পীৰ দ্বাৰা মুকলি কৰা এইটো এটা ডাঙৰ মুকলি অনুষ্ঠান আছিল ।"