pageantry n.
/ ˈpajəntrē /
Meanings
1
elaborate display or ceremony
আড়ম্বৰ, ধুম-ধাম, আড়ম্বৰপূৰ্ণ প্ৰদৰ্শন
"The park opened with pageantry."
"বাগিচাখন আড়ম্বৰপূৰ্ণ প্ৰদৰ্শনৰে মুকলি হৈছিল ।"